Nios Deled 504 Assignment Answer in Assamese

Nios Deled 504 Assignment Answer Assamese : Here in this post we are going to share the solved 504 assignment in the Assamese language.

Nios Deled 504 Assignment Answer Assamese

Nios Deled 504 Assignment Answer Assamese

Question: “শিশুয়ে পৰিবেষৰ সহায়ত গাণিতিক জ্ঞান বুঝিব পাৰে।” এই কথাৰ সন্দৰ্ভত প্ৰাথমিক শিক্ষক হিচাপে শিশুয়ে গণিত জ্ঞান আহৰনৰ বাৱে লবলগিৱা যুক্তি সমুহৰ বৰ্ননা কৰা ।

Answer: এই কথাৰ সন্দৰ্ভত প্ৰাথমিক শিক্ষক হিচাপে আমি কব পাৰো যে শিশুয়ে গনিত জ্ঞান লব হলে তেও লোকৰ বাতাবৰন জ্ঞানৰ সহায় লোৱাটো বাধ্যতামুলক । আমি সকলোৱে জানো যে শিশুয়ে কিতাপৰ ভাষাতকে পৰিবেশত যিবুৰ ঘটনা ঘটে তাৰ পৰা বেচি জ্ঞান অৰ্জন কৰে ।

এজন শিশুয়ে বিদ্যালয়ত গনিত শিকিবগৈ বহুতে বস্তুৰ সহায় লয় । তাৰ আশে-পাশে ঘটি থকা সমুহ ঘঠনাৰ সমুক কেন্দ্ৰ কৰি কিছুমান জ্ঞান আহৰন কৰে। প্ৰতিটো শিশুয়ে ইজনে সিজনৰ লগত খেল ধেমালি কৰে আৰু এই খেল ধেমালিতয়ে অদৃশ্য ভাবে সিহতক কিছুমান গানিতিক গঠনমুলক ব্যাখ্যা বুজিবলৈ সহায় কৰে ।

সংখ্যাৰ জ্ঞানঃ স্কুলৰ কেম্পাচত থকা সকলো বস্তুয়ে শিশুক সংখ্যাৰ জ্ঞান লওতে সহায় কৰে । উদাহৰন হিচাপে কব পাৰো যে – যেতিয়া এজন শিশু তেওৰ চাৰিওফালৰ পৰিবেশ লক্ষ কৰে সিহতে বহুতো বস্তু দেখা পায় আৰু সিহতে এইবোৰ গননা কৰে । সিহতে হিচাপ কৰে – কি কি দেখিলে, কেইজোপা গছ আছে স্কুলত, শ্ৰেনী কোঠা কেইটা ইত্যাদি আৰু এই খেলধেমালিৰ মাজত আজানিতে পৰিবেশৰ সহায় লই তেওলোকে সংখ্যাৰ জ্ঞান আহৰন কৰে ।


To be continued…………………….

This website updates every day at 0.00hrs .. so keep checking for the full answers in Assamese. Thank you

error: DMCA protected !!